St Petersburg

যোৱা জুলাই মাহত ছেইন্ট পিটার্ছবার্গলৈ গৈছিলোঁ. বহুদিনৰ পৰা ছালভাদৰ ডালিৰ ছবিবোৰ চোৱাৰ হেঁপাহ আছিল, সেয়ে এইবাৰ সুযোগটো লৈ ললোঁ. ছেইন্ট পিটার্ছবার্গ সৰু চহৰ হলেও বহুতো  চাবলগীয়া ঠাই থকা জাগা. তলত ছালভাদৰ ডালি মিউজিয়াম ছেইন্ট পিটার্ছবার্গ চহৰত সস্তাতে খাব পৰা জাগা বিচাৰি ফুৰিছে মণিকা, জিমি আৰু মুতছুঅই

Continue reading

অসম ২০০৫

অসম ২০০৫ত উপস্থিত  মোৰ বন্ধুসকলৰ সতে  বাকী লোকসকল বাওঁফালৰ পৰা বৰকাকতিদা, মু্তচুঅ (জাপান), মনিকা (পেৰু), ভূঞাদা, জিমি (টাইৱান) আৰু পার্থদা. জিমিয়ে অসম ২০০৫ ইমানেই ভাল পালে যে অসম ২০০৬ত নিউ জার্ছীলৈ যোৱা তাৰ একপ্রকাৰ খাটাং. মনিকা অলপ টকা হলেই অসমৰ জীব জন্তূ চাবলৈ যাব. মুতচুঅ সাংঘাটিক নিবোকা, অসম সম্পর্কে তাৰ…

Continue reading

অসমীয়া ব্লগ

আগতে কেবাবাৰো লিখিছিলোঁ, মোৰ ব্লগটো অসমীয়াত লিখা প্রথম ব্লগ নেকি সুধি! কালি হঠাতে দেখিলোঁ চিট্ঠা বিশ্ব নামৰ ৱেবচাইটটোত মোৰ ব্লগটো প্রথম অসমীয়া ব্লগ বুলি উল্লেখ কৰিছে. বাবুল আৰু অসমীয়া ব্লগৰ সমূহ পঢ়ুৱৈলৈ এই আপাহতে ওলগ জনালোঁ.

Continue reading

কলা বগা ফটো

মাজতে এটা কলা বগা ফিল্ম কিনি দুখনমান ফটো তুলিলোঁ, তলত কেইখনমান দিলোঁ, ফ্লৰিডা য়ুনিভার্ছিটিৰ ঘন্টাঘৰ গোমা বতৰত আমেৰিকান পতাকা গেইনছভিলৰ বুধবৰীয়া হাট

Continue reading

Heenam's PhD

Jimmy, I , Mutsuo and Heenam we all went to Cedar Key to celebrate Heenam's successful dissertation defense. Here are photos in Cedar Key Heenam Me and Jimmy; Mutsuo took the photo I , Jimmy and Mutsuo wearing UF Linguistics T shirts!! The Adidas behind us are mine

Continue reading