Assamese writing

মই আগতে মাইক্ৰছফ্ট ৱিন্দজলৈ গৈ ৰিজনেল ছেটিংছত বঙালী ভাষা ছেট কৰি লওঁ. তাতে অসমীয়া ফন্টো আছে. গতিকে অসমীয়াত লিখা সহজ হৈ যায়. এতিয়া মই চব কথা বিনা পইছাই কম নে

Continue reading

my blog

অসমীয়াত লিখক। এইটো অসমীয়াত লিখা প্রথম ব্লগ নেকি আগতে কোনোবাই লিখিছে নেকি জনাবছোন। মই আগতে অবশ্যে এম এছ এন-ত অসমীয়াত লিখিছো।        

Continue reading