Assam Trip 2006

এইবাৰ অসমলৈ গৈ তোলা কিছুমান ফ'ট' আপলোড কৰিলোঁ। পাছত সময় পালে আৰু বাবুলদাই দয়া কৰি অলপ বেছি স্পেছ দিলে আৰু অলপ আপোনালোকে চাবলৈ আপলোড কৰিম। অনুগ্ৰহ কৰি মতামত দিয়ে যেন।


গুৱাহাটীৰ কাফে কফি ডে'


কাৰ্বি আংলঙৰ থাৰাকুন্জি গাৱঁলৈ যোৱাৰ বাটত। দূৰত ৰিনিকি ৰিনিকি লুইত।


গোমা বতৰত
থাৰাকুন্জিৰ বাট


থাৰাকুন্জিৰ মানুহে আকাশ চুব পাৰে…


বৰষুণৰ বতৰত নিমল আৰু জিমিয়ে ৰেডিয়'ত গান শুনিছে।


আহাঁ বৰষুণ মোৰ দুৱাৰ খোলা…

Come Rain
Bipuljyoti Saikia

Come rain
My door is ajar,
Windows are open.

Wash away the monotony
Cover the earth
With the white sea
Let the worshipped ancient sun go down in the courtyard

Wash these dusty hands
So that I could set sail again
Striking with the oars
Not blood , the bluish water of the Yamuna of my sorrows
So that I could open up the vein of the current and look through.

Wash the shadow of the blood smeared face
So that I could drink with the cupped hands the water from the lotus pond
So that I could see the ripe season of the eyes again, clearing the hyacinth.

Come rain
Ajar is my door,
Open are the windows.


তিৱা গাঁৱৰ ডেকাচাঙৰ ধেমালি…

কি নাম দিম?

2 Comments

  1. Thanks!! Ha ha ha…

  2. upload space is now doubled 🙂

Leave a Reply